তুমি আৰু মই, তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ , তুমি আৰু মই, ইপাৰ সিপাৰ নীৰৱে বয় বিৰহৰ কালধাৰ । মোৰ ইপাৰৰ আকাশত মেঘৰ গৰ্জন, তোমাৰ সিপাৰত ফাগুনৰ আগমণ । মই ৰৈ আছোঁ ইপাৰৰ বালিচৰত, তোমাৰ ঠিকনা বিচাৰি এই উকা চহৰত তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ , তুমি আৰু মই, ইপাৰ সিপাৰ নীৰৱে বয় বিৰহৰ কালধাৰ । । মোৰ বুকুত বাৰিষাৰ বৰষুণ, চকুলোৰ টোপালত বিষাদৰ গুণগুণ। সিপাৰত চাগে আজি পলাশ ফুলিছে, কোনোবা অচিন সুৰে ৰাগ জুৰিছে।। তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ , তুমি আৰু মই, ইপাৰ সিপাৰ নীৰৱে বয় বিৰহৰ কালধাৰ । । তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ, তুমি আৰু মই, ইপাৰ সিপাৰ নীৰৱে বয় বিৰহৰ কালধাৰ । । তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ ।। তুমি আৰু মই, ইপাৰ সিপাৰ তুমি দিন, মই ৰাতি, কৰিছো একাকাৰ ।।

Post a Comment